মহিলাৰ সমস্যা
৮ প্ৰবন্ধ
-
মথুৰা ধৰ্ষণ কাণ্ড
মথুৰা ধৰ্ষণ কাণ্ড ১৯৭২ চনৰ ২৬ মাৰ্চত ভাৰতত সংঘটিত হৈছিল, য'ত মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ দেশাইগঞ্জ থানাৰ চৌহদত দুজন আৰক্ষীয়ে মথুৰা নামৰ এগৰাকী জনজাতীয় যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
-
গৰ্ভনিৰোধক সুৰক্ষা
গৰ্ভনিৰোধক সুৰক্ষা হ'ল পৰিয়াল পৰিকল্পনা আৰু যৌন সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে ব্যক্তিৰ গুণগত গৰ্ভনিৰোধক নিৰ্ভৰযোগ্যভাৱে বাছনি, লাভ আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা।
-
পিংক কলাৰ ৱৰ্কাৰ
পিংক কলাৰ ৱৰ্কাৰ, যাক অসমীয়াত গোলাপী চোলাৰ কৰ্মী বুলি ক’ব পাৰি, তেওঁলোক হ’ল, যুগ যুগৰে পৰা কেৱল মহিলাৰ কাম বুলি গণ্য কৰা কাম কৰা ব্যক্তি। যত্নমুখী কেৰিয়াৰ ক্ষেত্ৰখনত বা ঐতিহাসিকভাৱে মহিলাৰ কাম বুলি গণ্য কৰা ক্ষেত্ৰত কাম কৰা ব্যক্তি।
-
পেঞ্চিল পৰীক্ষা (স্তন)
পেঞ্চিল পৰীক্ষা স্তনৰ বিকাশ আৰু ব্ৰা পিন্ধাৰ প্ৰয়োজনীয়তাৰ ওপৰত এক অনানুষ্ঠানিক পৰীক্ষা। ১৯৭১ চনত এন লেণ্ডাৰছৰ এটা পৰামৰ্শৰ স্তম্ভত প্ৰকাশ পাইছিল যিটোৱে ব্ৰা সমৰ্থক আৰু বিৰোধী, বেছিভাগ পাঠকৰেই সঁহাৰি পাইছিল, তেওঁৰ শেহতীয়া স্তম্ভৰ প্ৰতি "ব্ৰালেছ মহিলাগৰাকীক গালি পৰা যিয়ে নিৰ্লজ্জভাৱে বাউন্স আৰু…
-
বক্ষবন্ধনীহীনতা
মহিলাৰ অন্তৰ্বাসৰ অংশ হিচাপে বক্ষবন্ধনী নিপিন্ধা অৱস্থাক বক্ষবন্ধনীহীনতা বোলে। মহিলাসকলে অস্বস্তি, স্বাস্থ্য সম্পৰ্কীয় সমস্যা, তেওঁলোকৰ খৰচৰ বাবে বা সামাজিক আৰু সাংস্কৃতিক কাৰণত বক্ষবন্ধনী নিপিন্ধিবলৈ সিদ্ধান্ত ল’ব পাৰে। ২০০৬ চনলৈকে অষ্ট্ৰেলিয়াৰ প্ৰায় ১০% মহিলাই ব্ৰা পিন্ধা নাছিল।
-
বন্যপ্ৰাণীৰ গৰ্ভনিৰোধক
বন্যপ্ৰাণীৰ গৰ্ভনিৰোধক, কেতিয়াবা বন্যপ্ৰাণীৰ প্ৰজনন নিয়ন্ত্ৰণ বুলিও কোৱা হয়, বন্যপ্ৰাণীৰ উৰ্বৰতা নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা গৰ্ভনিৰোধক। কিছুমান বন্যপ্ৰাণীৰ প্ৰাণীসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
-
বেডচাইডাৰ ডট অৰ্গ
বেডচাইডাৰ ডট অৰ্গ (Bedsider.org) হৈছে ১৮–২৯ বছৰ বয়সৰ মহিলাসকলৰ বাবে এটা বিনামূলীয়া জন্ম নিয়ন্ত্ৰণ সমৰ্থন নেটৱৰ্ক। নেটৱৰ্কটো পৰিচালনা কৰে দ্য নেচনেল কেম্পেইন টু প্ৰিভেণ্ট টিন এণ্ড আনপ্লেনড প্ৰেগনেন্সি; ৱাশ্বিংটন ডি চিত অৱস্থিত এটা গৱেষণা ভিত্তিক অলাভজনক, অদলীয় সংস্থা ২০১১ চনৰ নৱেম্বৰ মাহত আৰম্ভ…
-
ভাঁৱৰী দেৱী
ভাঁৱৰী দেৱী বা বাহ্বেৰী দেৱী ৰাজস্থানৰ ভাটেৰীৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, যিগৰাকীক ১৯৯২ চনত তেওঁলোকৰ পৰিয়ালত বাল্যবিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাত ক্ষুব্ধ পুৰুষে দলবদ্ধ ধৰ্ষণ কৰিছিল।