ন'কিয়া ৩৫০০ ক্লাছিক (Nokia 3500 classic) হৈছে এটা ম'বাইল ফোন। ন'কিয়াই নিৰ্মাণ কৰা এই ফোনটো ২০০৭ চনত বিক্ৰীৰ বাবে মুকলি কৰা হৈছিল। যিটো আছিল ২০০৭ চনৰ আৰম্ভণিতে মুকলি কৰা ন'কিয়া ৩১১০ ক্লাছিকৰ উন্নীতকৰণ। ইয়াত ২ মেগাপিক্সেল কেমেৰা আৰু অধিক ৰঙৰ বিকল্পৰ সৈতে পুনৰ ডিজাইন কৰা ফ্ৰেমৰ দৰে উন্নতিৰ বৈশিষ্ট্য আছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'কিয়া ৩৫০০ ক্লাছিক” প্ৰবন্ধৰ সংশোধন ৬১৩৫৪৭ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।