ডাফাৰ ভাৰতৰ গুজৰাট ৰাজ্যৰ সৌৰাষ্ট্ৰ অঞ্চলত পোৱা এটা জন-সম্প্ৰদায়। সিন্ধৰপৰা কুচ্চৰ মাজেৰে সৌৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা বুলি দাবী কৰে। এইসকলৰ মাজত মুছলমান ডাফাৰ আৰু হিন্দু ডাফাৰো আছে।১
ডাফাৰৰ বংশ কম, ইয়াৰে কিছুমান হ’ল: নাথৱানী, লাডাক, নাগৰী, মৰি, সোমমা, খাৰৱা, ছাৰ, কেৰ, ৰাথোৰ, লখা, খৰিয়া আদি। তেওঁলোকে কুচ্চি উপভাষা কয়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাফাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯২৭০ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।